Posts

Showing posts from June, 2022

পষেকীয়া কাব্যকানন ৫ম বৰ্ষ ৩য় সংখ্যা

Image
———————————————————————— সম্পাদনা সমিতি সম্পাদনা উপদেষ্টা : উদয় কুমাৰ শৰ্মা ডাঃ হীৰেন্দ্ৰকুমাৰ ভাগৱতী ড০ ৰমেশ কুমাৰ কাকতি প্ৰদীপ চন্দ্ৰ শৰ্মা চন্দন ভাগৱতী  পবিত্ৰ কুমাৰ নাথ সম্পাদক : নৱ ৰাজন  প্ৰকাশক: ছেকেণ্ডাৰ আলী আহমেদ  কাৰ্যবাহী সম্পাদক: অনামিকা ৰায় জাহ্নৱী কাকতি  সহকাৰী সম্পাদক : সীমা গগৈ  অৰ্চনা ঠাকুৰীয়া সহযোগী সম্পাদকঃ সংগীতা বৰা  বিশ্বজিত গগৈ ভাৰ্গৱ কুমাৰ নাথ শুভাকাংক্ষীঃ উৎপল কলিতা ,ৰঞ্জন বৰা    সদস্য : অংকুৰিতা ফুকন , তৃষ্ণা গগৈ, ৰুমী দেৱী, বিনীতা গোস্বামী,ভূমিকা দাস,  আচমা জাফ্ৰি, দীপাংকৰ ভূঞা,গীতাঞ্জলী বৰকটকী, খূৰ্ছীদ আনছাৰী,মৌচুমী দাস,পঞ্চমী ফুকন,গিৰিজা শৰ্মা । ____________________________________ বেটুপাতৰ ফটো -দেৱজিত নাথ বেটুপাত পৰিকল্পনা/ডিজাইন : নৱ ৰাজন  ----------------------------------------------------------- বেটুপাত   সম্পাদকীয়   প্ৰসংগঃ বিপ্লৱী কবি বিষ্ণু প্ৰসাদ ৰাভা          নানা প্ৰতিভাৰ আঁকৰ বিষ্ণু প্ৰসাদ ৰাভাৰ কাব্যিক সত্তা আছিল অত্যন্ত ভাস্বত। বৈপ্লৱিক বিষ্ণুৰাভা, স...